ৰাগ ।। গৌৰী
ধ্ৰুং- কমল নয়নকে আজু পেখলু মাই
গােৱিন্দ পেথিতে নয়ন জুৰাই।
শ্যামল অংগে পিশংগ পিছোৰা
ময়ূৰ মুকুট বনায়।।
পদ- মৃগমদ মলয়জ মিলিত বহু ভাজিত
চন্দন অংগে চৰাই।
হেমজড়িত বহু ৰতন বিভূষিত
হৰষে চলয় যদুৰায়।।
পঙ্কজবয়ন স্মিত অৱলােকন
অলক তিলক মুহ শােহে।
সব জগবন্দন নন্দকু নন্দন
কহয় মাধৱ গতি মােহে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
আপোনাসৱৰ বহুমুলীয়া দিহা-পৰামৰ্শৰ বাবে ধন্যবাদ জনালো.
অৰিহনা তথা যোগাযোগৰ ঠিকনা: Naamkirtan.com, c/o: পলাশৰঞ্জণ চৌধৰী, পদ্মণাৰায়ন, ২৩, এম এন ৰোড, পানবজাৰ, গুৱাহাটী - ৭৮১ ০০১
ফোন: ৯৪৩৫০-৪২২০২. ই-মেইল: mail@naamkirtan.com