|| ঘোষা  ||: 
ৰাগ ।। শ্রী
ধ্রুং - মাই মাই ভূষণ কৰাৱ হামাৰি।
            যবহু সাৰোত্তৰ পুছত নাহি পাৱবি দোষ বিচাৰি।।
|| পদ ||: 
পদ- এক গােৱাৰিণী মাতিয়া হামাকু
          দেলহ বুলি মিঠাই। 
তাহেক ভােজন কৰিয়ে শয়নকহু
           চেতন হৰাৱলাে মাই।। 
শিৰ ফিৰাৱত নয়ন দুলাৱত
          ঘন ঘন আৱত হামি। 
জ্ঞান বিৰহিত হুই কদম্ব তলে
        একা শুতাৱলাে আমি।। 
ৰাধা ভূষণ চুৰি কৰিয়ে কহু
         পুছত বাত হামাৰি। 
হামু থিক অচেতন হুই
         কি কহবাে বচন বিচাৰি।। 
কহতু মাধৱ দাস নাৰায়ণ
         তুৱা পাৱে শৰণ গােসাঁই। 
তুমিহি অখণ্ডিত-জ্ঞান নিৰঞ্জন 
          ঝুন্টা কহিতে নুযুৱাই।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত