|| ঘোষা ||:
ৰাগ ।। মাহুৰ
ধ্রুং - হৰিকু নাম নিগমকু সাৰ। সুমৰি অতি অন্ত্যজাতি
পাৱত ভৱনদী পাৰ।।
|| পদ ||:
পদ- পাপী অজামিল হৰিক সুমৰি নাম আভাস।
অতয়ে কর্মক বন্ধ ছােড়ি পাৱত বৈকুণ্ঠবাস।।
জানি আহে লােক হৰিকো নামে কৰু বিশ্বাস।
সকল বেদক তত্ত্ব কহয় মূৰুখ মাধৱ দাস।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1239 reads