সখি হে চলে কানু বিৰিন্দাবনে (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। সুহাই

ধ্রুং - সখি হে চলে কানু বিৰিন্দাবনে।

           বয়ন চান্দেৰ সুধা নয়ন চকোৰ দুহোঁ

                   পিয়া থাকোঁ হেন লয় মনে।।

|| পদ ||: 

পদ-

বংশী অধৰে ধৰি           নয়ন আঞ্চোৰ ভৰি

              প্রেমৰসে বৰিষে অমিয়া।

মাণিক মুখেৰ কান্তি          দশন মােতিম পান্তি

           প্রাণ মেৰি হৰত হাসিয়া ৷৷

ভুৱন মােহন ৰূপ             পেখিতে মদন সুখ

           হামু সখী বিৰহিণী নাৰী।

নাদেখিতে তনু ক্ষীণ            কহয় মাধৱ দীন

           গতি মতি মুকুতি মুৰাৰি।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত