কি কহব উদ্ধৱ, কি কহব প্রাণ (মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত)

ৰাগঃ।। ধনশ্ৰী

ধ্ৰুং- কি কহব উদ্ধৱ, কি কহব প্রাণ।

গােৱিন্দ বিনে ভয়ো গােকুল উছান।।

 

পদ- শূন্য ভেল অংগিনা বিৰিন্দা বিপিন।

না শােভে ৰয়নী যৈচে চান্দবিহীন।। 

নাহি চাৰব ধেনু কালিন্দী কূল। 

আৰ না শুনবো বেণু কদম্বক মূল।। 

মথুৰা ৰহল সব গােপিনীক পিউ। 

কেশৱ বিনে কৈছে ধৰবহোঁ জীউ।।

 

ধ্ৰুং- ৰে সােই গােপাল পিয়াৰু 

মেৰী প্ৰাণ আধাৰু।

মধুপুৰী ৰহে দহে জীউ হামাৰু৷৷ 

 

পদ- গােকুলক মাণিক কানু নৱনিধি।

হাতে হৰল নিকৰুণ বংক বিধি। 

চান্দ বিনে ৰয়নী সজনি কিছাে নােহে। 

হৰি বিনে বিৰিন্দা বিপিন নাহি শােহে।। 

 

তাল- একতালি

ধ্ৰুং- মাই মাধৱ-বিৰহে ৷

হৰয় চেতন তনু জীৱন নাৰহে।

পদ- চান্দ চন্দন মন্দ মলয় সমীৰে।

কেশৱ বিনে বিষ বৰিশে শৰীৰে।। 

ঘনে ঘনে হানয় মদন পাঞ্চবাণ।

কোকিল কুহু কুহু লেহু মেৰি প্রাণ। 

পঙ্কজ পাত অহিত হিমবাৰি। 

মধুকৰ নিকৰ কৰয় মহামাৰী।। 

ন সময়ে মধুপুৰী পিউ প্রাণ। 

কৃষ্ণকিংকৰ ৰস শংকৰ ভাণ।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত