|| ঘোষা ||:
ৰাগ ।। গৌড়ী
ধ্রুং - ৰাম পৰম ধন চিন্তহু মন ভাই,
তনু চিন্তামণি বিফলহি যায়।।
|| পদ ||:
পদ- বিষয় সুখ শূকৰকহু পায়।
হৰিপদসেৱা মানৱী বিনে নাই।।
ঝুন্টা ঐছন জনম গােৱাই।
বিষয় কাঁচক মােলে মাণিক বিকায়।
ওহি পৰমতত্ত্ব বেদক বাণী।
কহতু মূৰুখমতি মাধৱ জানি।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3139 reads