সই দেখাে দেখাে সুন্দৰ কানু (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। বসন্ত

ধ্রুং - সই দেখাে দেখাে দেখাে সুন্দৰ কানু

                  খেলাই কদম্ব তলে।

কোটি কাম জিনি মধুৰ সাজনি

                  চান্দ কোটি জিনি জ্বলে।।

|| পদ ||: 

পদ- গলে গুঞ্জামণি ভ্ৰৱেৰ চালনি

                 টালনি জুড়াৰ ছান্দে।

হৰিল গিয়ান ধিয়ানে ৰহল

                বাজিয়া কানাইৰ ফান্দে।।

হাসি আখি ভংগে বাঁশী বাৱে ৰংগে

              ত্ৰিৱলীবলিত অংগে।

ব্রজেৰ বালক সমান সাজনি

             খেলাই কানাইৰ সংগে।।

এমন মােহন মধুৰ মূৰুতি

             স্ৰজিল কমন বিধি।

কতনা পুণ্যেৰ ফলে ব্রজমাজে

             মিলিছে গুণেৰ নিধি।।

সকল সুখেৰ মুখে ছাৰ দেও

            কানাইৰ নিচনি দিয়া।

কহয় মাধৱ নন্দসুত পাৱে

            মজিয়া ৰহােক হিয়া।।

পলাশ ৰঙন চৌধুৰীৰ প্ৰচেষ্টাত