হৰিপদপংকজ মেৰি মনাই (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। ধনশ্রী

ধ্রুং - হৰিপদপংকজ মেৰি মনাই।

চিত্ত চিন্তহু হৃদি মিলাই।।

|| পদ ||: 

পদ- দুখভঞ্জন ভৱতৰণী।

হৰিভকতৰ এ চিন্তামণি।।

হৰিচৰণ শৰণ বিনা।।

গতি নাহি নাহি মতিহীনা।।

সুৰ শংকৰ যাকৰু সেৱা।

দেখাে সাে পুনু দেৱকু দেৱা।।

দীন মাধৱ মূৰুখমতি।

কহে হৰিকে পৰমগতি।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত