ব্ৰজেৰ বালক সংগে ৰংগে নাচতু এ সদাশিৱ (মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। বৰাড়ী

ধ্রুং -ব্ৰজেৰ বালক সংগে ৰংগ মনে

       নাচতু এ সদাশিৱ।

ওহি অৱতাৰে নিজ যশচয়

      প্রচাৰি তাৰিলা জীৱ৷৷

|| পদ ||: 

পদ- ওহি যেবে নােহে নিজানন্দ সুখে

         সদাই ৰমণ যাৰ।

সে সুখ তেজিয়া কমন কাৰণে

       কৰতু নিত্য বিহাৰ।।

বেদশিৰােভাগে যন্ত্র-মন্ত্র মাজে

      যাহেৰ পদ বিৰাজে।।

সােহি মহেশ্বৰ বনেৰ ভিতৰ

       নাচতু কমন কাজে।।

অবিদ্যামােহিত হুয়া জীৱ যত

         তৰিতে পথ নৱাৰে।

মােৰ যশ শুনি সুখে নিস্তৰোক

       নাচতু এমন ভাৱে।।

জীৱৰ তাৰণ হেতু নাৰায়ণ।

    বৈকুণ্ঠ তেজিয়া আসি।

কহয় মাধৱ নানাবিধ ৰসে

       প্রচাৰিলা যশৰাশি।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত