দেখত নাগৰ নট বিলসিয়া (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)
ৰাগ - মাউৰ
ধ্ৰুং- দেখত নাগৰ নট বিলসিয়া
বালক মহ কানু সাজতৰি৷
ভুৱন সুন্দৰ বৰ শ্যাম মনােহৰ
চান্দ কোটি জিনি ৰাজতৰি।।
পদ- ৰতন ভূষণ চাৰু অঙ্গ বিভূষিত
চৰণে মঞ্জীৰ মণি ৰাজতৰি।
ভ্ৰুৱ সুৱলিত চাৰু বঙ্কিম লােচন
পেখি মদন কোটি লাজতৰি।।
ঈষত মধুৰ হাঁসি বাঁশী বিনােদন
মােদিত পঞ্চম গাৱতৰি।
নন্দকুমাৰ চৰণযুগ ৰাজীৱ
মাধৱ মন ৰহু ভাৱতৰি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
আপোনাসৱৰ বহুমুলীয়া দিহা-পৰামৰ্শৰ বাবে ধন্যবাদ জনালো.
অৰিহনা তথা যোগাযোগৰ ঠিকনা: Naamkirtan.com, c/o: পলাশৰঞ্জণ চৌধৰী, পদ্মণাৰায়ন, ২৩, এম এন ৰোড, পানবজাৰ, গুৱাহাটী - ৭৮১ ০০১
ফোন: ৯৪৩৫০-৪২২০২. ই-মেইল: mail@naamkirtan.com