|| ঘোষা ||:
ৰাগ ।। ধনীশ্ৰী
ধ্রুং - হৰিগুণ গাৱত মেৰি মনাই।
সুখে ভকত সংগ মিলাই।।
|| পদ ||:
পদ- পতিতপাৱন হৰিৰ নাম।
তাহে লেহু মুহে অবিৰাম।।
হৰিগুণ অমিয়া মাধুৰী ঝুৰে।
ভকতজন মনােৰথ পুৰে।।
সকল নিগম বিচাৰি বিধি।
কহল হৰি বিনে নাহি সিদ্ধি৷৷
কহয় মাধৱ মূৰুখ দীনা।
গতি নাহি নাহি হৰি বিনা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1444 reads