|| ঘোষা ||:
ৰাগ ।। বৰাড়ী
ধ্রুং - হে হৰি কমলাকান্ত কমলদললােচন
চৰণসেৱিত সুৰ শিৱং।
আদি পৰম কাৰণ পৰমানন্দ
পৰম পুৰুষ জগজীৱং।।
|| পদ ||:
পদ- মাধন মধুৰ মূৰুতি মধুসুদন।
দনুজনদমন বলশালী।
কংকণ হাৰ ৰঞ্জিত মণি কুণ্ডল
পীতবসন বমনালী।।
কুৱলয় কংস কেশী মল্ল মােড়ল
অঘ বক ধেনুক নাশী।
হৰিপদ-কমল অমল মকৰন্দ ৰস ।
মাধৱ দীন অভিলাষী।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1749 reads