ৰেৰে বিৰিন্দাবনে মােহন গােৱিন্দ (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। গৌড়ী

ধ্রুং - ৰে ৰে বিৰিন্দাবনে মােহন গােৱিন্দ

               বিজয় নন্দদুলাল ৰে।

শিঙা শংখ বেণু বাই ধায়া ধেনু।

               সংগে ৰংগে ব্রজবাল ৰে।।

|| পদ ||: 

পদ- কনক কিংকিণী ঝনক বাজত

           চৰণে মঞ্জৰী ৰােলে ৰে।

কোটি মনমথ মােহন মূৰুতি

          হৰিয়ে সুৰ নৰ ভােলে ৰে।।

অংগ-ভংগি দোহাে চৰণ-পল্লব

         চলাৱে গােপিনী পিউ ৰে।

তাধিকা ধিংগা-থােংগা মৃদংগ বাজত

          নাচে এ জগজীউ ৰে।।

চৌভিতি বালকে বেঢ়ি জয় জয়

         কৰতু হৰি হৰি ৰােল ৰে।

হৃদয়ে হেম-হীব হাৰ গজমতি

         মূৰুখ মাধৱে বােল ৰে।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত