|| ঘোষা ||:
ৰাগ ।। বেলােৱাৰ
ধ্রুং - হেৰহু মাই মধুৰ বনাই।
যমুনা পুলিন বনে সুৰভী চৰাই।।
|| পদ ||:
পদ- মদন-দমন মনােমােহন মাধৱ
শ্যাম ৰুচিৰ তনু শোহে।
শশধৰ কোটি কান্তি ৰুচিৰানন
পেখি ভুৱন মন মােহে।।
ত্রিৱলিত অংগ ভংগ ভ্ৰুৱ সুৱলিত
নয়ন কমলদল গঞ্জে।
কহতু দীন মুৰুখমতি মাধৱ ।
ওহি ভকত ভয় ভঞ্জে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1874 reads