ছিৰিৰাম মই হৰি পাপী পামৰু (মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত)

ৰাগ - সুহাই 

ধ্ৰুং- ছিৰিৰাম মই হৰি পাপী পামৰু

             তেৰি ভাৱনা নাই।

জনম চিন্তামণি কাহে গয়াে

             যৈছে কাচঁক লাই।। 

পদ- দিৱসে বিষয়ে বিয়াকুল নিশি শয়নে গোঁৱাই।

মন ধন খােজি বিমোহিত তেৰি আৰতি নপাই।।

হৃদয়কমলে হৰি বৈঠহ চিন্তো চৰণ না তেৰি৷

কৰল গৰল যৈছে ভােজন হামু অমিয়া হেৰি।।

পৰম মুৰুখ হামু মাধৱ একু ভকতি ন জানা৷

দাস দাস বুলি তাৰহু এহু শংকৰ ভাণা।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত