আনন্দে গােৱিন্দেঃ বায় বৃন্দাবনে বেণু (মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত)

ৰাগঃ। আসােৱাৰী 

 

ধ্ৰুং- আনন্দে গােৱিন্দে বায় বৃন্দাবনে বেণু 

ৰূপে ভুৱন ভুলে           ৰহিয়া কদম্ব মূলে

কালিন্দী তীৰে ৰাখে ধেনু।। 

 

পদ- গােপশিশু সংগে চলে শিৰে শিখণ্ডক দুলে

কর্ণে কুণ্ডল গণ্ড লােলে। 

কেয়ূৰ কংকণ কৰে উৰে বনমালা লুলে

মুধুৰ মধুপ মধু ভােলে।। 

কটি কাঞ্চী-কিংকিণী বাজত ৰিণি  ঝিণি

শ্যামতনু শােহে পীতবাসে। 

বাম কাষে শিঙা বেত্ৰ অৰুণ পংকজ নেত্র

কণ্ঠে কৌস্তুভ পৰকাশে।। 

ত্রিভংগ ললিত হাস কৰু হৰি  ভ্ৰুৱ ভাস

দৰশায়া লীলা বিলাসা।

চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পূৰে

শংকৰ কহ অভিলাষা।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত