|| ঘোষা ||:
ৰাগ ।। আশােৱাৰী
ধ্রুং - মেৰাে অব নাথ আতমা নন্দলাল।
বৰহি ঠাকুৰ হৰি দীনদয়াল।।
|| পদ ||:
পদ- আপুনহি মানি হৰিক পদ দাস।
শিৱ চতুৰমুহ কতু উপাসা।।
শৰীৰ আতমা মানি সব লােই চোৰ।।
জ্ঞানী আতমা আপে হাৰামহি খােৰ।।
সেৱক সেৱােহো মানি আতমা গােৱিন্দে।
ৰাখত মন হৰিপদ-অৰবিন্দে।।
মাধৱ দাস কহয় তত্ত্ব ওই।
হৰি বিনে হামাৰি আৱৰি নাহি কোই।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1285 reads