|| ঘোষা ||:
ৰাগ ।। শ্রী
ধ্রুং - হৰিপদ কমনে বিছুড়ি ৰহু এ মন পামৰা।
হৰি বিনে ঝুণ্টা ওহি সয়ল সংসাৰা।।
|| পদ ||:
পদ- হৰিসে আতমা নিজ হৰি বন্ধু মোই।
হৰি বিনে সুহৃদ আৱৰি নাহি কোই।।
হৰিপদ সেৱা বিনে তেজু আন কাম।
নিগম নিগূঢ় বিত্ত জপ হৰিনাম।।
কহয় মাধৱ মন ছোড়ি ভৱ পাশা।
ভগত সম্পদ হৰিপদে কৰু আশা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1398 reads