কমলনয়ন চিন্ত চিত্ত চেওন লাই (মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত)

ৰাগঃ গৌৰী

ধ্ৰুং- কমলনয়ন চিন্ত চিত্ত চেতন লাই।

বিনে হৰি ভকতি মুকুতি কতি পাই।। 

 

পদ- নৰ ভয়ো ভাই ভাৰতে কতি ভাগা।

নকহ শ্রীৰাম মৰছি কতি লাগা।।

ছােড়ি ৰাম নাম অমিয়া উপযােগা।

যৈচে পুৰীষ শূকৰ কয়ো উপভােগা।।

অথিৰ জীৱন ধন যৌৱন জায়া।

ভকতি-বিৰােধী বিষয় সব মায়া।।

কৃষ্ণ কিংকৰ ওহি শংকৰ ভাণা।

বিনে হৰিভকতি তৰণী নাহি আনা।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত