|| ঘোষা ||:
ৰাগ ।। ভূপালী
ধ্রুং - বিৰহে আকুল গােপী হামাকু নিমিত্ত।
ঝুৰে নয়নক নীৰ থিৰ নােহে চিত্ত৷৷
|| পদ ||:
পদ- মাধৱ কহয় উদ্ধৱ ধৰি হাত।
কহ মােহে গােপিনীক সন্দেশ বাত।।
জানয় নাহি গােপী মােহি বিনে আন।
দেহু বােধ উদ্ধৱ গােপীক ৰহু প্রাণ।।
নাহি সুহৃদয় মােহে গােপীৰ সমান।
তাহেৰ দুখ শুনি ছুটে মােৰ প্রাণ
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1616 reads