|| ঘোষা ||:
ৰাগ || ধনুশ্রী
ধ্রুং - ৰাম মেৰে হযদয়পংকজে ৰৈছে।
ভাই চিত্তে নিচিন্তস কৈছে।।
|| পদ ||:
পদ- জগ-তাৰক যাকেৰি নাম।
দেখাে সাে পুনু আপুন ঠাম।।
ৰাম সুহৃদ সােদৰ মাতা।
জান ৰামেসে অভয়দাতা।।
ৰাম ভকত পৰম নিধি।
ৰাম বিনে নাহি আৰ সিদ্ধি।।
ৰাম ইহ পৰলােকে গতি।
তাহে দেখাে নাহি মন্দমতি।।
কৃষ্ণকিংকৰ শংকৰ ভাণ।
ৰাম বিনে গতি নাহি আন।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1437 reads