You are here

মই সেবোঁহাে ৰামচৰণ দুজা (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। আশােৱাৰী।

ধ্রুং - মই সেৱোহুঁ ৰামচৰণ দূজা।

            কাহে কৰােহোঁ হামু আৱৰি পূজা।।

|| পদ ||: 

পদ- ঘটে ঘটে ৰাম বিয়াপক হােই।

       আতমা ৰাম বিনে নাহি কোই।।

      চৈতন্য ছােড়ি কাহে জড় সেৱা।

       ৰাম বিনে নাহি আৱৰ দেৱা৷৷

       মাধৱ কহয় শুনহ নৰ লােই।

      ৰাম বিনে কতি মুকুতি না হােই।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত