|| ঘোষা ||:
ৰাগ ।। আশােৱাৰী
ধ্রুং - হৰিপদপংকজ পঞ্জৰ মােই।
তামহ ৰহু ৰাজহংসা হােই।।
|| পদ ||:
পদ- ৰয়নী দিৱসে লিজঞু ৰাম নামা।
প্রপন্নজনাশনি-পঞ্জৰ ৰামা।।
আৱত কালভুজংগম গৰজি।
হৰিপদে শৰণ লেহু সব বৰজি।।
মাধৱ দাস দীন হীনমতি।
কহয় ৰামচৰণ দুহোঁ গতি।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1700 reads