ৰাগ - আশােৱাৰী
ধ্রুং - গােপাল কৃপাল ৰাম কৰুণা সাগৰ স্বামী।
তুৱা পদ মকৰন্দ বিন্দু আশা কৰি আছোঁ তুমি।।
পদ - ওহি ভৱতাপে তাপিত মেৰি মন মন্দা।
মাগোঁহাে শীকৰ তুৱা পদ মকৰন্দা৷৷
জনমে জনমে ওহি মেৰি মন আশা।
কহয় মাধৱ হৰি চৰণকু কমল দাসা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1876 reads